সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু বা ব্যক্তি এখন ঠাইৰ পৰা গৈ অন্য ঠাইত পোৱা অৱস্থা
উদাহরণ : মই আপোনাৰ বস্তুবাহানিবোৰ যথাস্থানত থৈ আহিছো
সমার্থক : থৈ অহা
অর্থ : বেয়া হʼবলৈ নিদিয়া
উদাহরণ : আচাৰক তেলত ডুবাই ৰাখি বহুদিনলৈকে ৰাখিব পাৰি
সমার্থক : ৰখা
অর্থ : কাৰোবাৰ লগত কোনো ঠাইলৈ পথত কোনো ধৰণৰ বিপদ নহʼবৰ কাৰণে যোৱা
উদাহরণ : মই হেৰোৱা লʼৰাটোক তাৰ ঘৰত থৈ আহিলোঁ
অর্থ : কোনো ঠাইত বা বস্তু আদিত থকা বস্তু আদিক কোনো অন্য ঠাই বা বস্তু আদিত
উদাহরণ : এই কলহটোৰ পানীখিনি আন এটা কলহত ঢালি দিয়া
সমার্থক : ঢলা, বকা, ৰখা
ইনস্টল