অর্থ : বাৰে বাৰে থু পেলোৱা
উদাহরণ :
চাদা খাই তেওঁ থু থু কৰি আছে
সমার্থক : থু থু কৰা, থু পেলাই থকা, পিকোৱা
অর্থ : মুখেৰে থুই বা মুখত লোৱা কোনো বস্তু বাহিৰলৈ জোৰেৰে উলিয়াই দিয়া কার্য
উদাহরণ :
তেওঁ ্ পাণ খাই মোৰ চোলাটোতে থুৱাই দিলে
সমার্থক : থুই পেলোৱা, থুৱাই দিয়া, পিকোৱা