অর্থ : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা
উদাহরণ :
তেওঁ ্সদায় আনৰ নিন্দা কৰে
সমার্থক : আঙুলি উঠোৱা, ঠাট্টা কৰা, নিন্দা কৰা, বেয়া কৰা
অর্থ : বাৰে বাৰে থু পেলোৱা
উদাহরণ :
চাদা খাই তেওঁ থু থু কৰি আছে
সমার্থক : থু পেলাই থকা, থুওৱা, পিকোৱা