সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জাপি থোৱা বৰ দীঘল কাপোৰ
উদাহরণ : দোকানীজনে থানৰ পৰা চাৰি মিটাৰ কাপোৰ কাটি পৃথক কৰিলে
সমার্থক : থান কাপোৰ
অর্থ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
উদাহরণ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
সমার্থক : ক্ষেত্র, জেগা, ঠাই, থল, প্রদেশ, ভূমি, স্থল, স্থান
ইনস্টল