অর্থ : থাইলেণ্ডৰ অধিবাসী
উদাহরণ :
এই হোটেলখনত ভালেমান থাইবাসীয়ে বাহৰ পাতি আছেহি
সমার্থক : থাইবাসী, থাইলেণ্ড-বাসী
অর্থ : থাইলেণ্ডৰ বা তাৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
থাই সীমান্তত ডকাইতৰ দল গ্রেপ্তাৰ হʼল
অর্থ : থাই ভাষাৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
আমি এখন থাই চিনেমা চালোঁ