অর্থ : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য
উদাহরণ :
যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়
সমার্থক : থাকি যোৱা
অর্থ : সত্তা, অস্তিত্ব, উপস্থিতি আদি সূচোৱা প্রধান তথা সকলোতকৈ অধিক প্রচলিত ক্রিয়া
উদাহরণ :
ৰমা সেই কোঠাটোত আছে
অর্থ : বেয়া হৈ নোযোৱা
উদাহরণ :
ৰিফ্রিজাৰেটৰত বস্তুবোৰ ভালেমান দিন ধৰি থাকে
অর্থ : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলাই যোৱা কার্য
উদাহরণ :
মাকে জীয়েকক বুজাই কʼলে যে তুমি কেনেদৰে শহুৰৰ ঘৰত থাকিবা
সমার্থক : নির্বাহ কৰা
অর্থ : কোনো বস্তু, ঠাই আদিত ৰখা বা তাৰ অন্তর্গত ্হোৱা
উদাহরণ :
টেংকিত পানী আছে এই বটলত পানী আছে
অর্থ : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা
উদাহরণ :
হিমালয় ভাৰতৰ উত্তৰ দিশত আছে
সমার্থক : স্থিত হোৱা, হোৱা
অর্থ : কʼৰবাত আশ্রয় লোৱা
উদাহরণ :
আমি দিল্লীলৈ গʼলে শর্মাদেৱৰ তাত থাকোঁ