সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে
উদাহরণ : বিদ্যুততো তৰঙ্গ থাকে
সমার্থক : ঢৌ, তৰংগ, লহৰ
অর্থ : কোনো ভাল বা অভীষ্ট সিদ্ধিৰ কাৰণে মনত উৎপন্ন হোৱা সুখদায়ক ভাব
উদাহরণ : কইনাৰ মনত প্রিয় মিলনৰ তৰঙ্গ আন্দোলিত হৈ আছে
সমার্থক : লহৰী, হিল্লোল
অর্থ : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ
উদাহরণ : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে
সমার্থক : উর্মি, কল্লোল, ঢৌ, তৰংগ, লহৰ, লহৰী, হিল্লোল
ইনস্টল