সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সিজোৱা মচলাযুক্ত পনীয়া ভাজি
উদাহরণ : ভাতৰ লগত তেওঁক এখন ্তৰকাৰী আৰু এখন শুকান ভাজি লাগেই
সমার্থক : পনীয়া ভাজি
অর্থ : ৰন্ধা পাচলি
উদাহরণ : আলুৰে বিভিন্ন ধৰণৰ তৰকাৰী বনাব পাৰি
সমার্থক : চবজি, ভাজি
অর্থ : ৰুটি, ভাত আদিৰ লগত খাবৰ কাৰণে খাদ্যোপযোগী উদ্ভিদৰ ঠানি, ফল, কন্দ, শাক আদিৰে ৰন্ধা ব্যঞ্জন বিশেষ
উদাহরণ : প্রিয়ম্বদাই ভেণ্ডীৰ তৰকাৰী ৰান্ধি আছে
সমার্থক : আঞ্জা, চ্্ব্জি
ইনস্টল