অর্থ : দ্রুতবেগে চলা বা গৈ পোৱা
উদাহরণ :
ত্বৰিত গতিৰে চলা গাড়ীৰ সংখ্যা সীঘ্রে দুগুণ কৰা হʼব
সমার্থক : দ্রুতবেগী
অর্থ : যি বিষয়ত সোনকালে কোনো কার্যব্যৱস্থা গ্রহণ কৰাটো আৱশ্যক
উদাহরণ :
তাৎক্ষণিক বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে অত্যাধুনিক উপকৰণৰ ব্যৱস্থা কৰা হʼব কম্পিউটাৰত ই-বিক্ৰয়ৰ ত্বৰিত সেৱা আছে
সমার্থক : তাৎক্ষণিক