সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : তেলৰ নিচিনা চিকটিয়া থকা
উদাহরণ : তেলেতীয়া ছালত ওপৰত অধিক শালমন ওলায়
সমার্থক : তেলযুক্ত, তেলেতীয়া
অর্থ : তেলযুক্ত বা তেল সম্বন্ধীয়
উদাহরণ : তেলীয়া বস্তু খালে শৰীৰত মেদ বাঢ়ে
অর্থ : যʼত তেল আছে বা যʼৰ পৰা তেল নিষ্কাশন কৰিব পাৰি
উদাহরণ : সৰিয়হৰ গুটি তেলীয়া
ইনস্টল