অর্থ : যিটো আছে তাক বাদ দি
উদাহরণ :
জ্বৰতো আছিলেই, তাৰোপৰি পেটটো বিষো হʼবলৈ ধৰিলে
সমার্থক : তাৰ বাহিৰেও
অর্থ : কোনো কথা বা কামৰ বাহিৰেও
উদাহরণ :
এফালে ভুল কৰিবি তাৰোপৰি কান্দিবিও এইটো কিবা কথা হʼল !
সমার্থক : তদুপৰি