সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : তপস্যা কৰা ব্যক্তি
উদাহরণ : বিশ্বামিত্র এজন তপস্বী আছিল
সমার্থক : তপস্বী, তপোনিধি, তাপস
অর্থ : আধ্যাত্মিক আৰু ভৌতিক তত্ত্বৰ জ্ঞাতা, পৰম বুদ্ধিমান, দূৰদর্শী, চৰিত্রবান আৰু ত্যাগী ব্যক্তি
উদাহরণ : ভাৰতত বহুত ডাঙৰ ডাঙৰ ঋষি হৈছে
সমার্থক : ঋষি, তপস্বী, মুণি
ইনস্টল