সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কামত সিদ্ধি লভিবৰ কাৰণে কৰা কঠোৰ পৰিশ্রম
উদাহরণ : অর্জুনৰ ্সাধনাই তেওঁক এজন ্ডাঙৰ ধনুর্বিদ কৰি তুলিলে
সমার্থক : অধ্যৱসায়, তপ, সাধনা
অর্থ : চিত্তৰ ভোগবিলাস দূৰ কৰিবৰ বাবে কৰা কষ্টকৰ ধার্মিক কার্য
উদাহরণ : দষ্যু ৰত্নাকৰ কঠোৰ তপস্যাৰে বাল্মীকি হৈছিল
সমার্থক : তপ
ইনস্টল