সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সেই অনুসৰি
উদাহরণ : উচ্চ আদর্শৰ ্কথা সকলোৱে কয় কিন্তু তদনুৰূপ কিমান মানুহ চলে?
সমার্থক : তদনুযায়ী, তদনুসাৰে, তদনুসৰি
অর্থ : তাৰ সমান বা ৰূপৰ
উদাহরণ : গণেশৰ মূর্তিটোৰ তদনুৰূপ আৰু দহটা মূর্তি সাজি দিয়ক
অর্থ : যিটো হয় বা হৈছে, সেই অনুসৰি বা প্রথমটোৰ অনুসৰি
উদাহরণ : গুৰুৰ আদেশৰ তদনুৰূপ আদর্শ ্মানি চলা উচিত
সমার্থক : তদনুকূল
ইনস্টল