অর্থ : যিটো বেছি গাঢ় নহয়
উদাহরণ :
দৈখিনি ঢিলাকৈ বান্ধিলে
অর্থ : ঠেক বা কচি বা টানি নবন্ধা
উদাহরণ :
মোহনে ঢিলা কাপোৰ পিন্ধে
অর্থ : যাক ভালদৰে বন্ধা বা টনা হোৱা নাই
উদাহরণ :
ৰছীডাল ঢিলা হৈ গʼল
অর্থ : যিটো ভালদৰে বন্ধা বা লগা নাই
উদাহরণ :
এই টেমাটোৰ ঢাকনখন ঢিলা শ্যামে স্ক্রু-ড্রাইভাৰেৰে ঢিলা স্ক্রু টান কৰি আছে