সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজন জ্ঞান আদিৰ দৃষ্টিত সকলোতকৈ ওপৰৰ
উদাহরণ : এই সন্মিলনত ভালেমান মহান পণ্ডিতে অংশ গ্রহণ কৰিব
সমার্থক : মহান
অর্থ : যি বয়সত ডাঙৰ
উদাহরণ : ৰাম দশৰথৰ জ্যেষ্ঠ পুত্র আছিল
সমার্থক : জ্যেষ্ঠ
অর্থ : যিটো দৈর্ঘ্যৰ সৈতে যুক্ত
উদাহরণ : এই পায়জামাটো বহুত দীঘল
সমার্থক : দীঘল, লম্বা
অর্থ : বহুত ডাঙৰ
উদাহরণ : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে
সমার্থক : প্রভূত, বিপুল, বিৰাট, বৃহৎ
অর্থ : বহুত গভীৰ পৰিণতিযুক্ত
উদাহরণ : হত্যা এক ঘোৰ অপৰাধ
সমার্থক : ঘোৰ, ভীষণ, ভয়ংকৰ
অর্থ : মাত্রা, আকাৰ, বিস্তাৰ আদিত কিহবাৰ তুলনাত অধিক
উদাহরণ : মোৰ ঘৰটো বহুত ডাঙৰ
ইনস্টল