অর্থ : সন্দেহ নথকাকৈ:মই নিঃসন্দেহে এই কামটো কৰিব পাৰোঁ
উদাহরণ :
সমার্থক : অৱশ্যে, ঠিৰাংকৈ, থিৰাংকৈ, নিঃসন্দেহে, নিচয়কৈ, নিচয়ে, নিশ্চিতভাৱে, নিশ্চয়কৈ, নিশ্চয়ৰূপে, নিসন্দেহৰূপে, বিনাদ্বিধাই, সঠিককৈ
অর্থ : ভাল ধৰণেৰে
উদাহরণ :
মই সোহনক ভালকৈ জানো
সমার্থক : নিৰহ-নিপানীকৈ, বঢ়িয়াকৈ, বেচকৈ, ভালকৈ, ভালমতে