অর্থ : ভগা-চিগা বস্তু পুনৰ সঠিক ৰূপত গঢ়া
উদাহরণ :
ঘড়ীমিস্ত্রীজনে ঘড়ী মেৰামতি কৰি আছে
সমার্থক : বাতা, মেৰামতি কৰা
অর্থ : দোষ-ত্রুতি আদি দূৰ কৰি ঠিক বা ভাল অৱস্থালৈ অনা বা কামৰ কাৰণে যোগ্য কৰি তোলা কার্য
উদাহরণ :
শিক্ষক মহোদয়ে আমি লিখা লেখাবোৰ সংশোধন কৰি দিছে
সমার্থক : ভাল কৰা, শুদ্ধ কৰা, সংশোধন কৰা, সংস্কাৰ কৰা
অর্থ : ভাড়াত কোনো যান-বাহন আদি লোৱা
উদাহরণ :
আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ
সমার্থক : লোৱা
অর্থ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
উদাহরণ :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
সমার্থক : কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা
অর্থ : কোনো কার্য আদিৰ কাৰণে কথা ঠিক কৰা
উদাহরণ :
তেওঁ ঘৰটোৰ বন্দোবস্তি সস্তাত ঠিক কৰিলে