অর্থ : খুব ভালকৈ ভৰি থকা
উদাহরণ :
এই মোনাটো সূতাৰে ঠাহ খাই আছে
অর্থ : ভৰি থকা ঠাইত জোৰ-জবৰদস্তি সোমাই যোৱা
উদাহরণ :
ৰামমোহন আৰু সোহনৰ মাজত ঠাহ খাই আছে
অর্থ : যʼত কিবা আছে (বিশেষকৈ ওজন বুজোৱাত)
উদাহরণ :
ফলেৰে ভৰি থকা ডালটো দোঁ খাই আছে
সমার্থক : ভর্তি হোৱা, ভৰি থকা