সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জলবায়ুৰ তাপমাত্রা কমিলে শৰীৰত হোৱা এনে এক অনুভূতি যাৰ বাবে কাপোৰ আদি মেৰিয়াই লʼবলৈ মন যায় অথবা ৰʼদ , জুই আদিৰ ওচৰত ৰৈ দিলে শৰীৰটো ভাল লাগে:আজি ৰাতিপুৱাৰ পৰাই মোৰ জাৰ লাগি আছে
উদাহরণ :
সমার্থক : জাৰ, শীত, শৈত্য
অর্থ : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই
উদাহরণ : ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়
সমার্থক : শান্ত
অর্থ : যিটো জ্বলি বা দগ্ধহৈ যোৱা নাই
উদাহরণ : জুইকুৰা লাহে-লাহে ঠাণ্ডা হৈ গʼল
অর্থ : যি উষ্ণ নহয়
উদাহরণ : পথিকে নদীৰ ঠাণ্ডা পানী খাই আছে
সমার্থক : শীতল
অর্থ : যʼত শীতলতা আছে
উদাহরণ : কালি আবেলি ঠাণ্ডা বতাহ বলিছিল
সমার্থক : শীতল, ্ চেঁ্চা
অর্থ : ৰং সিদ্ধান্ত অনুসৰি শীতলতা প্রদান কৰোতা
উদাহরণ : নীলা এক শীতল ৰং
ইনস্টল