অর্থ : কোনো সংস্থাৰ জন্ম দিৱস অথবা কোনো মহত্ত্বপূর্ণ ্কামৰ আৰম্ভ হোৱা বার্ষিক তিথিত হোৱা উৎসৱ
উদাহরণ :
এই সংস্থাটোৱে আজি নিজৰ ৰূপালী জয়ন্তী পালন কৰিছে
অর্থ : উৎসৱ হিচাপে পালন কৰা কোনো প্রসিদ্ধ ব্যক্তিৰ জন্মদিন
উদাহরণ :
মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে দুই অক্টোবৰত গান্ধী জয়ন্তী পালন কৰা হয়
সমার্থক : আবি্র্ভাৱ তিথি, জন্ম-উৎসৱ, জন্মোৎসৱ