অর্থ : কোনো বিশেষ বস্তু আদিৰ প্রতি দিয়া গুৰুত্ব
উদাহরণ :
মন্ত্রী মহোদয়ে নিজৰ ভাষণত শিক্ষা আৰু পৰিয়াল পৰিকল্পনাত অধিক যোৰ দিছে
অর্থ : শৰীৰৰ বল
উদাহরণ :
সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
সমার্থক : শকতি, শক্তি, শাৰীৰিক বল, শাৰীৰিক শক্তি