সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জ্বলিলে বা পুৰিলে চালত পানী জমা হৈ ফুলি উঠা অংশ
উদাহরণ : জুইয়ে পোৰাত মোহনৰ গাত ঠায়ে ঠায়ে জোলা বান্ধিছে
সমার্থক : ঢোপ, ঢৌ, পানীজোলা, স্ফোটক
অর্থ : চলমান কৰোৱা বা দুলন কার্য
উদাহরণ : ঢৌবোৰ তাৰ আগে-পিছে দুলি আছিল
সমার্থক : জোকাৰি দিয়া, দুলা, দুলি থকা, লৰা, হেন্দোলা
ইনস্টল