সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পৃথিৱীৰ চাৰিওফালে প্রদক্ষিণ কৰা পৃথিৱীৰ একমাত্র উপগ্রহ
উদাহরণ : চন্দ্রৰ নিজা পোহৰ নাই পূর্ণিমাৰ ৰাতি জোনটো অধিক উজ্জ্বল হয়
সমার্থক : ইন্দু, চন্দ্র, চন্দ্রমা, চন্দ্রিমা, চান্দ, জোন, জোনাই, মৃগাংক, শশধৰ, শশাংক, শশী, সুধাকৰ
ইনস্টল