সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : থকা বা ধাৰণ কৰা ঠাই
উদাহরণ : ইয়াত আৰু কাপোৰ ৰাখিব পৰা জেগা নাই
অর্থ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
উদাহরণ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
সমার্থক : ক্ষেত্র, ঠাই, থল, থান, প্রদেশ, ভূমি, স্থল, স্থান
অর্থ : কোনো বস্তু বা অৱয়বৰ ওপৰ অংশ বা তল ভাগ
উদাহরণ : তেওঁৰ শৰীৰৰ ভালেমান ঠাইত তিল আছে
সমার্থক : অৱস্থান, জাগা, ঠাই
অর্থ : এক বিশেষ স্থিতি
উদাহরণ : আপুনি মোৰ ঠাইত হোৱা হʼলে কি কৰিলেহেঁতেন
সমার্থক : ঠাই
ইনস্টল