অর্থ : বিপদ বা সংকট থকা কাম বা আয়োজন
উদাহরণ :
হত্যাকাৰীৰ ওচৰ পাবলৈ তেওঁ এক জুৱা খেলিলে
অর্থ : বাজী লগাই খেলা হৰা-জিকা একপ্রকাৰৰ খেল
উদাহরণ :
পাণ্ডৱে দ্রৌপদীক জুৱাত হাৰিছিল
সমার্থক : জুৱাখেল, দ্যুত ক্রীড়া