অর্থ : অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পৰা খালী চকুৰে নেদেখা সূক্ষ্ম প্রাণী
উদাহরণ :
জীৱাণুৱে নানাধৰণৰ ৰোগ বিয়পায়
সমার্থক : বীজাণু
অর্থ : এক কোষীয় বা অকোষীয় জীৱ যাৰ বিখণ্ডন প্রক্রিয়াৰে বংশবৃদ্ধি হয়
উদাহরণ :
জীৱাণু অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পাৰি
সমার্থক : বেক্টেৰিয়া
অর্থ : বতাহ, খোৱা-বস্তু, পানী আদিত মিহলি হৈ থকা এবিধ সূক্ষ্ম জীৱ যি অনেক ৰোগৰো মূল কাৰক
উদাহরণ :
বীজাণু মানুহৰ কাৰণে ঘাতক স্বৰূপ
সমার্থক : বীজাণু