সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এক প্রকাৰৰ সৰু নৌকা যাক জাহাজত এইকাৰণে ৰখা হয় যাতে কিবা কাৰণত জাহাজ ডুবিব লগা হʼলে তাত উঠি যাত্রীয়ে নিজৰ প্রাণ ৰক্ষা কৰিব পাৰে
উদাহরণ : নাবিকজনে যাত্রীসকলক জাহাজখন ডুবিবলৈ ধৰাৰ আগজাননী দি সকলোকে জীৱন নৌকাৰ ব্যৱহাৰ কৰিবলৈ কʼলে
সমার্থক : জীৱন নৌকা
ইনস্টল