অর্থ : ব্যঞ্জন আদিত মছলা হিচাপে ব্যৱহাৰ কৰা তিতা, কʼলা, সৰু গোলাকাৰ গুটি বিশেষ
উদাহরণ :
মোৰ ককাদেউতাই জালুক দি বনোৱা চাহ খাই ভাল পায়
অর্থ : ব্যঞ্জনত মছলা হিচাপে ব্যৱহাৰ কৰা সৰু, গোলাকাৰ,কʼলা আৰু জ্বলা সোৱাদৰ গুটিৰ এজোপা লতাজাতীয় গছ
উদাহরণ :
খেতিয়কে পথাৰত জালুক গছৰ শিপা উঘালি আছে
সমার্থক : জালুক গছ