অর্থ : জাভা দ্বীপৰ বা জাভা দ্বীপৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
জাভানিজ মন্দিৰৰ বাহিৰত ্দর্শকৰ ভিৰ লাগি আছে
অর্থ : জাভা ভাষাৰ সৈতে সম্বন্ধ থকা বা জাভা ভাষাৰ
উদাহরণ :
শংকৰে জাভানিজ সাহিত্যৰ বিষয়ত পি. এইচ. ডি কৰি আছে