অর্থ : যি লিপিত জাভানিজ ভাষা লিখা হয়
উদাহরণ :
তেওঁ ্আমাক জাভা লিপি লিখিবলৈ শিকায় আছে
সমার্থক : জাভা লিপি
অর্থ : ইণ্ডোনেছিয়াৰ এটা দ্বীপ
উদাহরণ :
ইণ্ডোনেছিয়াৰ ৰাজধানী জাকার্টা জাভাত অৱস্থিত
সমার্থক : জাভা-দ্বীপ