অর্থ : জাবৰ-জোথৰ পেলোৱা বাকচ
উদাহরণ :
মানুহে জাবৰদানীত জাবৰ পেলোৱাৰ পৰিৱর্তে ্ইফালে-সিফালে পেলাই দিয়ে
অর্থ : জাবৰ জোথৰ পেলোৱা পাত্র
উদাহরণ :
তেওঁ ্মাটিত পৰি থকা কুটাবোৰ উঠাই জাবৰদানিত পেলাই দিলে
সমার্থক : আওটনি পাচি, জাবৰদানি, ডাষ্টবিন