অর্থ : বেয়া বা নিকৃষ্ট বস্তুৰ দʼম
উদাহরণ :
দেৱালীৰ সময়ত ঘৰে-ঘৰে জাবৰ-জোথৰ চফা কৰা হয়
সমার্থক : আৱর্জ্্না, জাবৰ-জোঁজথৰ
অর্থ : একেবাৰে অদৰকাৰী বুলি মানি লোৱা কোনো বস্তু
উদাহরণ :
তেওঁ আজি নিজৰ কোঠাৰ পৰা জাবৰ-জোথৰ চফা কৰাত ব্যস্ত
সমার্থক : জাবৰ-জোথৰ
অর্থ : ঝাড়ু আদিৰে চফা কৰা মাটিত পৰি থকা ধূলি আৰু ফটা-চিটা বস্তু আদি
উদাহরণ :
জাবৰবোৰ জাবৰদানীত পেলোৱা উচিত
সমার্থক : জাবৰ-জোথৰ