অর্থ : জাগ্রত অৱস্থাত টোপনি নোযোৱাকৈ থকা
উদাহরণ :
তেওঁ ্ভালেমান দিনৰ পৰা জাগি আছে
সমার্থক : সাৰে থকা
অর্থ : শাৰীৰিক বা মানসিক ভাৱে সতর্ক হৈ থকা
উদাহরণ :
সীমান্তত সকলো সময়তে সৈনিকসকল জাগি থাকে
সমার্থক : সজাগ হোৱা, সাৱধান হোৱা