সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জাগি থকা এক অৱস্থা
উদাহরণ : দুদিন ধৰি জাগাৰ কাৰণে তেওঁৰ চকু ৰঙা হৈ পৰিছে
সমার্থক : জাগৰণ
অর্থ : কোনো বস্তু বা অৱয়বৰ ওপৰ অংশ বা তল ভাগ
উদাহরণ : তেওঁৰ শৰীৰৰ ভালেমান ঠাইত তিল আছে
সমার্থক : অৱস্থান, জেগা, ঠাই
অর্থ : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য
উদাহরণ : কালিৰ পৰা গাইজনী জাগিছে
সমার্থক : উঠা
ইনস্টল