সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আভূষণ আদিত লগোৱা এবিধ বহুমূলীয়া উজ্জ্বল খনিজ পদার্থ
উদাহরণ : হীৰা, পান্না, মুকুতা আদি মূল্যৱান ৰত্ন
সমার্থক : জহৰৎ, বাখৰ, মাণিক, মাণিক্য, ৰতন, ৰত্ন, ৰত্নমণি, ৰত্নমাণিক
অর্থ : হীৰা, পান্না, মুকুতা আদি ৰত্ন সমূহ
উদাহরণ : ৰাজমুকুটত ৰত্নমণিক খচিত হৈ আছে
সমার্থক : ৰত্নমণিক
ইনস্টল