সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : তৰল পদার্থ ্কোনো ঠাইত গোট খোৱা কার্য
উদাহরণ : পাহাৰত বৰফ জমিছে
অর্থ : কোনো এক পদার্থ আন ্পদার্থৰ ওপৰত গভীৰভাৱে বহি যোৱা কার্য
উদাহরণ : ছাদৰ চিৰিত শেলাই জমিছে
অর্থ : ৰখা বা জমা কৰা হোৱা
উদাহরণ : জমা ধনৰ ব্যৱহাৰ বিপত্তিৰ সময়ত কৰা হয়
সমার্থক : জমাকৃত
অর্থ : ৰাখি থোৱা
উদাহরণ : দোকানীজনে জমা মালবস্তুবোৰ দুগুণ দামত বেছি আছে
অর্থ : একে ঠাইতে গোটোৱা বা একেলগ কৰা
উদাহরণ : এই বছৰ স্নান-মেলাত একত্রিত হোৱা মানুহৰ মাজত খুউব হুলস্থূল হৈছিল
সমার্থক : একত্র, একত্রিত
ইনস্টল