অনুগ্ৰহ কৰি ৱেবছাইট আৰু এণ্ড্ৰইড এপ্পৰ পৰা বিজ্ঞাপন আঁতৰাবলৈ সাবস্ক্ৰাইব কৰক। অমৰকোষত নতুন শব্দ আৰু সংজ্ঞা সংযোজন আৰু অন্যান্য ভাষা সম্পৰ্কীয় বৈশিষ্ট্য যোগ কৰাত সদস্যপদ মাচুল সহায়ক হ’ব।
অর্থ : কোনো বিশিষ্ট স্থানত পোৱা একেটা পূর্বপুৰুষৰ বংশধৰ হোৱা লোকসকলৰ সমূহ যিসকল সভ্যতা, সংস্কৃতিৰ দিশৰ পৰা ওচৰ-পাজৰৰ নিবাসীসকলৰ পৰা সম্পূর্ণ পৃথক আৰু কিছু নিম্ন স্তৰত থাকে
উদাহরণ :
ভাৰতৰ জংঘল সমূহত এতিয়াও বহুতো জনজাতিয়ে বাস কৰে