সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি চলা-ফুলা কৰিব পাৰে
উদাহরণ : জঙ্গম জীৱই নিজৰ ঠাই সলনি কৰি থাকে
সমার্থক : গতিশীল, সচল
অর্থ : যাৰ গতি আছে বা যি চলিব পাৰে
উদাহরণ : যন্ত্র গতিশীল অৱস্থাত আছে
সমার্থক : অস্থবিৰ, গতিপূর্ণ, গতিমান, গতিশীল, গমনশীল, গমনৰত, চলনশীল, চলমান, চলিষ্ণু, চালু, চৰিষ্ণু, সঞ্চৰণমান, সঞ্চৰণশীল
অর্থ : যাক এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব পাৰি
উদাহরণ : গহনা, কাপোৰ আদি জংগম সম্পত্তি
সমার্থক : চলমান, জংগম
ইনস্টল