সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এক প্রকাৰ স্তন্যপায়ী সামুদ্রিক জীৱ
উদাহরণ : সাগৰৰ পাৰত এটা ছীল মৰি আছিল
অর্থ : আখৰ, চিন, নাম আদি ছাপ দিবলৈ দবাই অংকিত কৰা যতন
উদাহরণ : প্রধান শিক্ষকে নিজৰ নামৰ এটা ছীল বনালে
সমার্থক : ষ্টাম্প, ষ্টেম্প
অর্থ : মোহৰ লগালে হোৱা ছাপ বা আকৃতি
উদাহরণ : তেওঁ ্কাগজত মৰা ছীলৰ ওপৰত চহী কৰিলে
সমার্থক : মোহৰ, ষ্টাম্প
ইনস্টল