সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ওপৰলৈ উঠিবৰ বাবে স্থিৰ ৰূপত বনোৱা যি স্থানত এটাৰ পিছত এটাকৈ ভৰি ৰখাৰ স্থান থাকে
উদাহরণ : মোৰ ঘৰৰ খটখটীটো ঘূৰণীয়া ধৰণৰ খটখটীত ভৰি পিছলি ্তেওঁ পৰি গʼল
সমার্থক : খটখটী
অর্থ : ৰেলগাড়ীৰ চকা চলিব পৰা লোহাৰ দীঘল আৰু সমান্তৰাল পাট বিশেষ
উদাহরণ : আমাৰ চহৰৰ ফালেদি নতুন ছিৰি বহুওৱা হৈছে
সমার্থক : ৰেল পথ, ৰেল লাইন, ৰেলপথ, ৰেলৰ ছিৰি
ইনস্টল