অর্থ : ৰাজচিহ্নৰ ৰূপত লগোৱা ৰজা আদিৰ ওপৰত লগোৱা ডাঙৰ ছাটি
উদাহরণ :
প্রাচীন কালত ছত্রপতি ৰজাই ছত্র ধাৰণ কৰিছিল
অর্থ : দেৱতাৰ মূর্তিৰ ওপৰত লগোৱা ধাতুৰ ছাটি
উদাহরণ :
এই মন্দিৰৰ প্রত্যেক মূর্তিৰ ওপৰত সোণৰ ছত্র লগোৱা আছে
অর্থ : ৰʼদ-বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে ধাতু বা কাঠৰ নাল লগাই কাপোৰ আদিৰে তৈয়াৰ কৰা এক আচ্ছাদন
উদাহরণ :
বৰষুণত তিতাৰ পৰা ৰক্ষা পাবৰ কাৰণে মানুহে ছাতি লয়
সমার্থক : ছাতি