সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাক লাভৰ উদ্দেশ্যেৰে ফান্দত পেলোৱা হয়
উদাহরণ : আজি মই ভাল চিকাৰ ফান্দত পেলালো
অর্থ : যি পশু-পক্ষীৰ চিকাৰ কৰা হয়
উদাহরণ : চিকাৰ আঘাতপ্রাপ্ত হৈ জোপোহাৰ পিছফালে লুকাই গʼল
অর্থ : বনৰীয়া পশু-পক্ষীক মৰা কার্য
উদাহরণ : প্রাচীনকালত ৰজা-মহাৰজাই চিকাৰৰ কাৰণে জংঘললৈ গৈছিল
সমার্থক : মৃগয়া
ইনস্টল