সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : একেবাৰে নি্র্ধন ব্যক্তি
উদাহরণ : এজন গৰিবে আপোনাৰনো কি সহায় কৰিব পাৰে ?
সমার্থক : টোকোনা, ধনহীন, নিছলা, নিধনী, ভিকহু
অর্থ : যাৰ হাতত ধন নিচেই কম থাকে বা একেবাৰেই নাথাকে
উদাহরণ : নি্র্ধনী ব্যক্তিয়ে পৰিশ্রম কৰি ধনী হʼব পাৰে
সমার্থক : গৰীব, দুঃস্থ, দুখীয়া, দৰিদ্র, ধনহীন, নিধনী, নি্র্ধন, নি্র্ধনী
ইনস্টল