সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবাৰ পৰা কিবা লোৱা কার্য
উদাহরণ : ৰেখাই মুখ্য অতিথিৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে
সমার্থক : লোৱা-
অর্থ : কোনো উজ্জ্বল জ্যোতিপিণ্ডই সূর্য, চন্দ্র্ বা অন্য কোনো উজ্জ্বল পিণ্ডৰ সন্মুখত উপস্থিত হৈ তাক ঢাকি ধৰা অৱস্থা:অমাৱস্যাতহে সূর্যগ্রহণ হয়
উদাহরণ :
সমার্থক : গ্রাস
অর্থ : নিজৰ কৰা বা গ্রহণ কৰা কার্য
উদাহরণ : বিবাহৰ দুবছৰ পিছতো বৰুণে নিজৰ পত্নীক স্বীকাৰ কৰিব নোৱাৰিলে
সমার্থক : মঞ্জুৰ, স্বীকাৰ
ইনস্টল