সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভাৰতৰ যি ৰাজ্যৰ ৰাজধানী পণজী
উদাহরণ : পর্যটনৰ দৃষ্টিত গোৱাৰ বিশেষ মহত্ব আছে
অর্থ : মধুৰ ধ্বনি কৰা
উদাহরণ : বাগিছাত কুলীয়ে গাই আছে
অর্থ : ৰাগ, তাল আৰু স্বৰ অনুযায়ী কণ্ঠৰ পৰা ধ্বনি উলিওৱা কার্য
উদাহরণ : তেওঁ মিঠা মাতেৰে গান গাইছে
অর্থ : যিটো গোৱা হʼল
উদাহরণ : গায়িকাই গোৱা গীততবোৰত বিষাদ আছে
ইনস্টল