সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এনে আকাৰ যাৰ উপৰিভাগৰ প্রতিটো বিন্দু তাৰ ভিতৰত থকা মধ্যবিন্দুৰ পৰা সমান দূৰত্বত থাকে
উদাহরণ : বল গোলাকাৰ হয়
সমার্থক : গোল
অর্থ : বৃত্ত বা চক্রৰ আকাৰৰ
উদাহরণ : গাড়ীত ঘূৰণীয়া চকা লগোৱা থাকে
সমার্থক : ঘূৰণীয়া, চক্রাকাৰ, বর্তুল্াকাৰ, বৃত্তাকাৰ, মণ্ডলাকাৰ
ইনস্টল