অর্থ : ৰন্ধন প্রকৰণৰ কামত ব্যৱহাৰ কৰা গেছ
উদাহরণ :
চহৰত ৰন্ধন গেছৰ ব্যৱহাৰ অধিক পৰিমাণে কৰা হয়
সমার্থক : ৰন্ধন গেছ
অর্থ : পাচন তন্ত্রত বদহজমৰ বাবে উৎপন্ন হোৱা বায়ু
উদাহরণ :
পেটত অধিক অম্লতাৰ বাবে গেছ হয়
অর্থ : দ্রৱ্যৰ আকাৰহীন অৱস্থা যাৰ ঘনত্ব সকলোতকৈ কম হয়
উদাহরণ :
বায়ু গেছৰ মিশ্রণ
অর্থ : বাষ্পশীল আৰু জ্বলনশীল হাইড্রʼকার্বনৰ মিশ্রণ
উদাহরণ :
গেছ (খনিজ তেল..?) পৰিশোধন কৰি পেট্রʼল, ডিজেল আদি তৈয়াৰ কৰা হয়