সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ধনুত লগোৱা একপ্রকাৰৰ ৰচী যাৰ সহায়ত দূৰলৈ কাঁড় নিক্ষেপ কৰিব পাৰি
উদাহরণ : তেওঁ ধনুত গুণ লগাই আছে
সমার্থক : গুণ
অর্থ : ধাতুক টানি তৈয়াৰ কৰা তন্ত্রী
উদাহরণ : এইডাল টেলীফোনৰ তাঁৰ
সমার্থক : তন্ত্রী, তাঁৰ
ইনস্টল