সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ডাঙৰ শ্্ব্দ কৰা কার্য
উদাহরণ : মেঘৰ গর্জন আৰু বিজুলীৰ চমকনিৰ সৈতে ভয়ংকৰ বৰষুণ দিছে
সমার্থক : গাজনি, ঢেৰেকনি
অর্থ : ভয় ভীত কৰোৱাৰ কাৰণে জোৰেৰে ডাঙৰকৈ কৰা শ্্ব্দ
উদাহরণ : ভীমৰ হুংকাৰ শুনি কৌৰৱ পক্ষ সন্ত্রস্ত হৈ পৰিল
সমার্থক : হুংকাৰ
অর্থ : কোনো হিংস্র জন্তুৱে মতা ডাঙৰ শ্্ব্দ
উদাহরণ : বাঘৰ গোজৰ শুনাৰ লগে লগে মানুহৰ মাজত হুৱা-দুৱা লাগিল
সমার্থক : গোজৰ
ইনস্টল